Kiosk Guides for Learning

নিজকে স্ব-প্রনোদিত কৰা

খন্ড ২ঃ
স্ব-প্রনোদন ঃ
বার্হিক প্রনোদন

বার্হিক প্রনোদন আহে আপোনাৰ বাহিৰৰ জগতখনৰ পৰা
ই তাৎক্ষণিক হয়, দীর্ঘকালীন নহয়। ই এটা পুৰষ্কাৰ আনকি শাস্তিৰ ৰূপতো আহিব পাৰে। ইয়াত আনৰ আৱশ্যকতাও সন্নিবিষ্ট থাকে যিবোৰে আপোনাক প্রভাবিত কৰে।

উদাহৰনঃ

  • মই পৰীক্ষা লও।
  • মই কামত বেছি দক্ষ হৈ পৰো ।
  • মই মোৰ নির্দ্ধাৰিত কৰণীয় কাম (assignment) সম্পূর্ণ কৰো
  • মই প্রশিক্ষকৰ নির্দেশনা অনুসৰণ কৰো।
  • মই শ্রেনীত চেলফ’ন বন্ধ কৰি ৰাখো।
  • মই আৱশ্যকীয় পাঠ্যক্রম নির্বাচন কৰোঁ
  • মই পঠন কার্য্য (reading assignment) সম্পন্ন কৰো

আপোনাৰ পঠন সম্পর্কীয় পচন্দ সমূহ কোনে প্রভাবিত কৰে? আপুনি কি কেনেকৈ, কেতিয়া শিকিব লাগে এই কথাবোৰ কোনে নিয়ন্ত্রণ কৰে বুলি ভাবে?


পিতৃ-মাতৃ/অভিভাৱক সন্তান স্বামী /স্ত্রী বেঙ্ক / ঋণদাতা বিষয়া
শৈক্ষিক উপদেশন শিক্ষক নিয়োগ কর্তা অন্য

  • কেনেকৈ এই ব্যক্তি নাইবা কার্যালয়ে আপোনাৰ শিক্ষাক প্রভাবিত কৰে , চমুকৈ বর্ণনা কৰক ।)
  • আপু্নি লাভ কৰিবলৈ কি আছে?
  • যদি আপুনি এই সকলো বিলাকৰ প্রভাৱৰ বিষয়ে পৰিষ্কাৰ ভাবে বুজিব খোজে, তেনেহলে কোন তৃতীয় পক্ষৰ কাষ চাপিব?
    ( সেই সকলৰ নাম ব্যৱহাৰ নকৰিব, বন্ধু, শিক্ষক, প্রশাসক ইত্যাদি পৰিচয় সূচক শব্দহে ব্যৱহাৰ কৰক।
খন্ড ২ঃ স্ব-প্রনোদন ঃ

আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন |
স্ব-প্রনোদন ঃ বার্হিক প্রনোদন বার্হিক প্রনোদনবার্হিক প্রনোদন |
বাহ্যিক প্রনোদনক আভ্যন্তৰীণ প্রনোদনলৈ পৰিবর্তন ঘটাওকঃ পৰিপ্রেক্ষাত চকু ৰাখক |
ভুলৰ পৰা শিক্ষা লওক দৃশ্য ১ঃ