Kiosk Guides for Learning

সময়সূচিয়ে যি কোনো বেমেজালি আৰু সাময়িক উত্তেজনা বা হুজুগৰ পৰা ৰক্ষা কৰে।
এনি ডিলর্ড, আমেৰিকা, ১৯৪৫

শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ

সময় ব্যৱস্থাপনাঃ

এটা বিশেষ সপ্তাহ কেনেকৈ কটাবা সুনিশ্চিত কৰি সাপ্তাহিক কর্মসূচী তৈয়াৰ কৰা ।
আগতে কৰি অহা কামৰ বাবে কৰা প্রস্তুতিৰ বাবে যিমান
সময় যায় সেই সময়খিনি প্রতিটো দিনৰ মুঠ সময়ৰ পৰা বাদ দিয়া।

Hours remaining:

দৈনন্দিন কার্যসূচী সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ

শ্রেণীত উপস্থিত থকা সময়

অধ্যয়নৰ সময়

শোৱাৰ সময়
যোগ ব্যায়াম, খেলা-ধূলা আদিৰ বাবে সময়
বিভিন্ন কামত ঘৰে বাহিৰে কটোৱা সময়
পৰিয়ালৰ প্রতি দিব
লগা সময়
নিজৰ কাৰণে লোৱা যত্নৰ সময় /ঘৰোৱা কাৰোবাৰ আল পৈচান ধৰোতে লোৱা সময়
খাদ্য প্রস্তুত কৰা, খোৱা, চাফ-চিকুণ কৰোতে লোৱা সময়
শিক্ষানুষ্ঠান বা আন কামলৈ অহা-যোৱা কৰোতে লোৱা সময়
অকলে মুকলি-মূৰিয়াকৈ টি.ভি চোৱা , খেলা ইত্যাদিৰ বাবে সময়
বন্ধু-বান্ধৱৰ লগত অ’লৈ ত’লৈ যোৱা , বা আনন্দ-ফূর্তীৰ কাৰণে কটোৱা সময়
অন্যান্য কিবা কাৰণত খৰচ হোৱা সময়

এই নির্ধাৰিত সাপ্তাহিক কর্মসূচি প্রসঙ্গ নির্দেশৰ বাবে আৰু পুনর্নিৰীক্ষণৰ সুবিধাৰ বাবে অনবৰতে থকাকৈ ছপা কৰি থোৱা।
( ছপাৰ সময়ত টেবুলখন দেখি থকাকৈ লেন্ডস্কেপ বিকল্প ব্যৱহাৰ কৰা)


কেনেকৈ কৰিবা? ছপা কৰি ওলিৱাই লোৱা।
  1. সময়ৰ ব্যৱস্থাপনা
  2. মোৰ দিনটোৰ কার্যসূচীঃ
  3. শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ--সময় ব্যৱস্থাপনাঃ
  4. সময় ব্যৱস্থাপনাঃ লক্ষ্য/ উদ্দেশ্য আৰু প্রাধান্য বা অগ্রাধিকাৰ
  5. সময়ৰ ব্যৱস্থাপনাঃ শিক্ষানুষ্ঠানৰ দিন বাৰৰ তালিকা অনুযায়ী কর্মসূচী নির্ধাৰণঃ