Kiosk Guides for Learning

মানুহে কিদৰে মানসিক চাপৰ মুখা-মুখি হয়—তাৰ ওপৰতে নির্ভৰ কৰে তেঁওলোকে দু্র্ভাগ্যৰ পৰা লাভান্বিত হ’ব নে ক্ষতিগ্রস্ত হ’ব ।
মিহেলি ছিকঝেনমিহেলাই
ক্রোৱেছিয়ান/আমেৰকান (১৯৩৪)

কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপনাঃ

কামকাজৰ পৰিকল্পনা কৰক, চাপ নিয়ন্ত্রণ কৰক

  • কামকাজবোৰ পৰিকল্পিতভাৱে কৰক।
    অগ্রাধিকাৰ ভিত্তিত কর্তব্য নিৰূপন কৰক । এনেদৰে আপুনি মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰিব। আপুনি কৰিব লগা তিনিটা গুৰুত্বপূর্ণ কাম ইয়াত সন্নিবিষ্ট কৰক।
  • প্রতিটো কাম আকৌ তিনিটা ভাগত ভগাই লওক
  • সংগঠিত কৰক ।
    প্রাৰম্ভিক নিশ্চিত তাৰিখ (১ বা আটাইতকৈ গুরুত্বপূর্ণ কাম) ৰ পৰা সুদূৰৰ ( ১২ বা কম গুরুত্বপূর্ণ কাম )  স্থানলৈকে থকা কামৰ মাজৰ পৰা প্রয়োজন বোধেৰে নির্বাচন কৰি পুনৰ সজাই তোলক আৰু অগ্রাধিকাৰ নির্ণয় কৰক।

প্রাৰম্ভিক নিশ্চিত তাৰিখ (১)ৰ পৰা সুদূৰৰ ( ১২) স্থানলৈকে থকা কামৰ মাজৰ পৰা প্রয়োজন বোধেৰে নির্বাচন কৰি পুনৰ সজাই তোলক আৰু অগ্রাধিকাৰ নির্ণয় কৰক।

ছপা কৰক আৰু কৰণীয় তালিকা হিচাপে পঠিয়াই দিয়ক

সময়ৰ ব্যৱস্থাপনা |
কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপন  |
 কৰিব লগা কামৰ তালিকা প্রস্তুত কৰণ |
এলাহ বা হেমাহিৰ পৰা আঁতৰি থাকক | আত্মানুশাসনৰ উত্তৰণ |
সমস্যাৰ ব্যাখ্যাকৰণ; খা-খবৰ সংগ্রহ | খণ্ড ১ ঃ আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন